Assam Jatiya Bidyalay Class 4 Social Science Chapter 2 অসমৰ চুবুৰীয়া ৰাজ্যসমূহ

Assam Jatiya Bidyalay Class 4 Social Science Chapter 2 অসমৰ চুবুৰীয়া ৰাজ্যসমূহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 অসমৰ চুবুৰীয়া ৰাজ্যসমূহ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 2 অসমৰ চুবুৰীয়া ৰাজ্যসমূহ Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 2 অসমৰ চুবুৰীয়া ৰাজ্যসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ চুবুৰীয়া ৰাজ্যসমূহ

Chapter – 2

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম হ’ল― অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ, চিকিম।

2. অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম লিখা।

উত্তৰঃ       

ৰাজ্যৰাজধানী
অৰুণাচলইটানগৰ
নাগালেণ্ডকহিমা
মণিপুৰইম্ফল
মিজোৰামআইজল
ত্ৰিপুৰাআগৰতলা
মেঘালয়শ্বিলং
পশ্চিমবংগকলকাতা
চিকিমগেংটক

2. অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম লিখা।

উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম হ’ল―

অৰুণাচল প্ৰদেশৰ― আদি, নিচি, মিচিমি, মনপা, মিনিয়ং। 

নাগালেণ্ডৰ― আও, আংগামী,কন্যাক,চেমা লোথা।

মণিপুৰৰ― সেইটেই, টাংখুল,মাৰ, কুকি।

মিজোৰামৰ― মিজো, মাৰ, চাকমা, লাখেৰ।

ত্ৰিপুৰাৰ― ত্ৰিপুৰী, চাকমা।

মেঘালয়― খাছী, গাৰো, জয়ন্তীয়া।

3. অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটাৰ নাম লিখা।

উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটাৰ নাম হ’ল―

অসমৰ প্রধান ভাষা― অসমীয়া।

মণিপুৰৰ প্রধান ভাষা― মণিপুৰী

ত্ৰিপুৰাৰ প্রধান ভাষা― বঙালী।

4. অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বাসিন্দাসকলে পালন কৰা উৎসৱসমূহৰ নাম লিখা।

উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বাসিন্দাসকলে পালন কৰা উৎসৱসমূহৰ নাম হ’ল― মেঘালয় খাচীসকলৰ নংক্ৰেম, অৰুণাচলৰ ডনিপ’ল, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত বৰদিন, ত্ৰিপুৰাত দুৰ্গা পূজা।

অতিৰিক্ত প্ৰশ্নৱলী

1. পাহাৰীয়া অঞ্চলৰ লোকসকলে কি খেতি কৰে ?

উত্তৰঃ ঝুমখেতি।

2. ভাৰতবৰ্ষৰ বৰ্তমান কিমানখন ৰাজ্য আছে ?

উত্তৰঃ ২৯ খন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top