Assam Jatiya Bidyalay Class 4 Social Science Chapter 10 নিৰ্বাচনৰ ধাৰণা

Assam Jatiya Bidyalay Class 4 Social Science Chapter 10 নিৰ্বাচনৰ ধাৰণা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 নিৰ্বাচনৰ ধাৰণা Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 10 নিৰ্বাচনৰ ধাৰণা Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 10 নিৰ্বাচনৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নিৰ্বাচনৰ ধাৰণা

Chapter – 10

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্ৰয়োজন হয় ?

উত্তৰঃ ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ শাসন ব্যৱস্থাৰ প্ৰয়োজন হয়।

2. নিৰ্বাচন মানে কি ?

উত্তৰঃ নিৰ্বাচন মানে হ’ল এটা বাছনি প্ৰক্ৰিয়াৰ বা পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্য্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক বাছনি কৰা হয়।

3. আমাৰ দেশত কিমান বছৰৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল’ব পাৰি ?

উত্তৰঃ আমাৰ দেশত ১৮ বছৰৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল’ব পাৰি।

4. নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সামগ্ৰী কেইপদমানৰ নাম লিখা।

উত্তৰঃ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সামগ্ৰী কেইপদমানৰ নাম হ’ল―

ৰাইজ, ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বক্স, ভোটিং মেচিন আদি।

5. নিৰ্বাচনত কোনে জয়লাভ কৰে ?

উত্তৰঃ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত যিটো দলৰ যিজন প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰে, তেওঁৱে নিৰ্বাচনত জয়লাভ কৰে।

6. আমাৰ দেশৰ  বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা।

উত্তৰঃ আমাৰ দেশৰ  বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ’ল― শ্ৰীযুত ৰামনাথ কোবিন্দ।

7. আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্রীগৰাকীৰ নাম হ’ল― নৰেন্দ্ৰ দামোদৰ দাস মোডী।

8. আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম লিখা।

উত্তৰঃ আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপাল গৰাকীৰ নাম হ’ল ― শ্ৰীযুত জগদীশ মূখী।

9. আমাৰ ৰাজ্যেৰ বৰ্তমান মূখ্যমন্ত্রী গৰাকীৰ নাম লিখা।

উত্তৰঃ আমাৰ ৰাজ্যেৰ বৰ্তমান মূখ্যমন্ত্রী গৰাকীৰ নাম হ’ল― শ্ৰী যুত সৰ্বানন্দ সোনোৱাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top