Assam Jatiya Bidyalay Class 4 English Chapter 2 Let Us Meet Mukuta’s Friends

Assam Jatiya Bidyalay Class 4 English Chapter 2 Let Us Meet Mukuta’s Friends, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় ইংৰাজী Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 Let Us Meet Mukuta’s Friends Class 4 English Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 English Chapter 2 Let Us Meet Mukuta’s Friends Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 English Chapter 2 Let Us Meet Mukuta’s Friends provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

Let Us Meet Mukuta’s Friends ( আহা আমি মুকুতাৰ বন্ধুবোৰক লগ ধৰোহ’ক )

Chapter – 2

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Word meaning: শব্দাৰ্থ

  • Morning: ৰাতিপুৱা
  • Friends: বন্ধুবোৰ
  • Frog: ভেকুলী
  • Croak Croak: ভেকুলীৰ মাত, টোৰ টোৰোৱা।
  • Kitty: মেকুৰীৰ পোৱালী
  • Kit: মেকুৰীৰ পোৱালী
  • Mew Mew: মেকুৰীৰ মাত
  • Hungry: ভোকাতুৰ
  • Dear: মৰমৰ
  • Meets: লগ পোৱা
  • Good morning: সু প্ৰভাত
  • Goat: ছাগলী
  • Bleat: ছাগলীৰ মাত
  • Monkey: বান্দৰ
  • Chatter chutter: বান্দৰৰ মাত
  • Bananas: কলবোৰ
  • Busy: ব্যস্ত
  • Bee: মৌমাখি
  • Buzz Buzz: মৌমাখিৰ গুণ গুণনি
  • Mouse: নিগনি
  • Squak: নিগনিৰ মাত
  • Reading: পঢ়ি থকা
  • Book: কিতাপ
  • Mr Owl: ফেঁচা ডাঙৰীয়া
  • Hoot Hoot: ফেঁচাৰ মাত
  • Reaches: কোনো ঠাইত গৈ উপস্থিত হোৱা।

Assamese translation of the lesson ( পাঠটোৰ অসমীয়া ভাঙনি ) 

  • One morning, on her way to school, Mukuta meets her friends. এদিন ৰাতিপুৱা স্কুললৈ যাওঁতে মুকুতাই বাটত তাইৰ বন্ধুবুৰক লগ পালে।
  • Mukuta: Good morning. মুকুতাই ক’লে সুপ্ৰভাত।
  • Frog: ‘Croak croak’. ভেকুলীয়ে তাৰ মাতেৰে সম্ভাষণ জনালে।
  • Mukuta:How are you Kitty ? মুকুতাই মেকুৰীটোক মৰমেৰে সুধিলে।’ তুমি কেনে আছা মেকুৰী পোৱালী ?’
  • Cat: ‘Mew mew’. মেকুৰীয়ে তাৰ মাতেৰে উত্তৰ দিলে।
  • Mukuta: Are you hungry dear goat ? মুকতাই ছাগলীজনীক সুধিলে, তোমাৰ ভোক লাগিছে নেকি ?
  • Goat: ‘B…l…e…a…t’. ছাগলীটোৱে তাৰ মাতেৰে উত্তৰ দিলে।
  • Mukuta: Hello monkey! I have some bananas for you. হেৰা বান্দৰ তোমাৰ কাৰণে কেইটামান কল আছে।
  • Monkey: ‘Chatter chatter’. বান্দৰে তাৰ মাতেৰে হয়তো ধন্যবাদ দিলে।
  • Mukuta: Are you busy Miss Bee. মুকুতাই সুধিলে, ‘হেৰা মৌমাখি, তুমি ব্যস্ত আছা নেকি ?
  • Bee: ‘Buzz buzz’. মৌমাখিয়ে গুণ গুণালে।
  • Mukuta: Is that your home dear mouse ? মুকুতাই নিগনিক সুধিলে, সৌটো তোমাৰ ঘৰ নেকি ?
  • Mouse: ‘Squeak’ নিগনিয়ে তাৰ মাতেৰে হয়তো হয় বুলিয়ে ক’লে।
  • Mukuta: Are you reading a book Mr. Owl ? মুকুতাই ফেঁচাক সুধিলে, তুমি কিতাপ পঢ়ি আছা নেকি ?
  • Owl: ‘Hoot hoot’. হয়তো ফেঁচাই হয় বুলিয়ে ক’লে।
  • Finally Mukuta reaches her school. অৱশেষত মুকুতাই তাইৰ স্কুল পালে।

‘ এই পাঠটোত তোমালোকে বিভিন্ন জন্তুৰ মাত ইংৰাজীত পালা। আমাৰ অসমীয়াতো এনেকুৱা এটা জন্তুৰ মাতৰ কবিতা আছে। পাৰিলে আয়ত্ব কৰিবা। বাঘ সিংহই গোজৰ মাৰে, পাৰই দিয়ে ৰুণ…….।’

Some Animals sound are given here

AnimalsSound
BatsScreech
BearsRoar, growl
Big cats (tiger,lion,jaguars, leopards)Roars,growl
ChickenCluck
ChimpanzeesScream
Cattle, cows,oxenMoos
Deer Bellow,bleat
DolphinClick
Donkey, assesHee haw, bray
DucksQuacks
EaglesScreech
GiraffesBleat
GeeseHonk
GrasshoppersChirp
HippopotamusGrowl
MosquitosWhine
PeacockScream
ParrotsSquawk
PigGrun, oink
PigeonsCoo
WhalesSing

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top