অসম বুৰঞ্জী [Part 8]
1. হিউৱেনচাং কিমান চনত অসমলৈ আহে ?
উত্তৰঃ ৬২০ চনত।
2. কিমান চনত চুকাফাৰ মৃত্যু হয় ?
উত্তৰঃ ১২৬৮ চনত।
3. অসমৰ উচ্চ ন্যায়ালয় কত অৱস্থিত?
উত্তৰঃ গুৱাহাটীত।
4. অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰঃ চৈয়দা আনোৱাৰা টাইমূৰ।
5. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?
উত্তৰঃ নিধি লেভী ফাৰৱেল।
6. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?
উত্তৰঃ ৰেণুকা দেৱী বৰকটকী।
7. কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১২৫৩ চনত।
8. আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?
উত্তৰঃ ১৬৮১ চনত।
9. অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?
উত্তৰঃ ১৫৪৮ চনত।
10. গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৪৮ চনত।
11. অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
উত্তৰঃ ১৬৯৪ চনত।
12. কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?
উত্তৰঃ ১৮২৩ চনত।
13. অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?
উত্তৰঃ বসন্ত দাস।
14. কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?
উত্তৰঃ ১৮৭৪ চনত।
15. কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?
উত্তৰঃ ১২০৬ চনত।
16. ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?
উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ।
17. কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?
উত্তৰঃ স্বৰ্গদেও ৰুদ্ৰসিংহক।
18. কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮৭৪ চনত।
19. অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮৬৬ চনত।
20. প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?
উত্তৰঃ ১৯৭৯ চনত।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available