Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

অসম বুৰঞ্জী [Part 8]

1. হিউৱেনচাং কিমান চনত অসমলৈ আহে ?

Join Telegram channel

উত্তৰঃ  ৬২০ চনত।

2.  কিমান চনত চুকাফাৰ মৃত্যু হয় ?

উত্তৰঃ  ১২৬৮ চনত।

3. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰঃ গুৱাহাটীত।

4.  অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ চৈয়দা আনোৱাৰা টাইমূৰ।

5. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?

উত্তৰঃ নিধি লেভী ফাৰৱেল।

6. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?

উত্তৰঃ ৰেণুকা দেৱী বৰকটকী।

7.  কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১২৫৩ চনত।

8.  আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?

উত্তৰঃ ১৬৮১ চনত।

9.  অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?

উত্তৰঃ ১৫৪৮ চনত।

10.  গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৮ চনত।

11.  অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৬৯৪ চনত।

12.  কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?

উত্তৰঃ ১৮২৩ চনত।

13.  অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উত্তৰঃ বসন্ত দাস।

14.  কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?

উত্তৰঃ ১৮৭৪ চনত।

15.  কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১২০৬ চনত।

16.  ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?

উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ।

17. কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?

উত্তৰঃ  স্বৰ্গদেও ৰুদ্ৰসিংহক।

18.  কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৭৪ চনত।

19.  অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

20. প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?

উত্তৰঃ ১৯৭৯ চনত।

2 thoughts on “Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising