Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

অসম বুৰঞ্জী [Part 5]

1. কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?

Join Telegram channel

উত্তৰঃ ৰামধ্বজ  সিংহ।

2. লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?

উত্তৰঃ ভোটাই ডেকাই।

3.  স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?

উত্তৰঃ  চুখ্ৰামফা।

4. অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?

উত্তৰঃ চুৰামফা

5.  আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?

উত্তৰঃ  জয়ধবজ সিংহ

6. কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ  সৃষ্টি  কৰে ?

উত্তৰঃ  চুচেনফা

7. ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?

উত্তৰঃ  ১৬৯৬ চনত।

8. কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?

উত্তৰঃ  ১৮২৬ চনত।

9.  কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১৬৬২ চনত।

10. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?

উত্তৰঃ  যোৰহাটত।

11. স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ গোপীনাথ বৰদলৈ।

12.  অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?

উত্তৰঃ  জগন্নাথ বৰুৱা।

13.  অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?

উত্তৰঃ  ফখৰুদ্দিন আলি আহমেদ।

14. কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?

উত্তৰঃ মহাৰাজ নৰনাৰায়ণ।

15. অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?

উত্তৰঃ  গোপীনাথ বৰদলৈ।

16. শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?

উত্তৰঃ  লাচিত বৰফুকন।

17. হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?

উত্তৰঃ  কুমাৰ ভাস্কৰ বৰ্মন।

18. কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?

উত্তৰঃ ১৯২১ চনত।

19.  অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?

উত্তৰঃ ১৯১৭ চনত।

20. বাণ ৰজাৰ কন্যা –

উত্তৰঃ – ঊষাদেৱী ।

2 thoughts on “Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising