অসম বুৰঞ্জী [Part 5]
1. কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?
উত্তৰঃ ৰামধ্বজ সিংহ।
2. লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?
উত্তৰঃ ভোটাই ডেকাই।
3. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?
উত্তৰঃ চুখ্ৰামফা।
4. অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?
উত্তৰঃ চুৰামফা
5. আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?
উত্তৰঃ জয়ধবজ সিংহ
6. কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ সৃষ্টি কৰে ?
উত্তৰঃ চুচেনফা
7. ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?
উত্তৰঃ ১৬৯৬ চনত।
8. কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?
উত্তৰঃ ১৮২৬ চনত।
9. কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?
উত্তৰঃ ১৬৬২ চনত।
10. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?
উত্তৰঃ যোৰহাটত।
11. স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰঃ গোপীনাথ বৰদলৈ।
12. অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?
উত্তৰঃ জগন্নাথ বৰুৱা।
13. অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?
উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ।
14. কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?
উত্তৰঃ মহাৰাজ নৰনাৰায়ণ।
15. অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?
উত্তৰঃ গোপীনাথ বৰদলৈ।
16. শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?
উত্তৰঃ লাচিত বৰফুকন।
17. হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?
উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মন।
18. কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?
উত্তৰঃ ১৯২১ চনত।
19. অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?
উত্তৰঃ ১৯১৭ চনত।
20. বাণ ৰজাৰ কন্যা –
উত্তৰঃ – ঊষাদেৱী ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available