অসম বুৰঞ্জী [Part 4]
1. পথৰুঘাটৰ ৰণ হৈছিল –
উত্তৰঃ – ১৮৯৪ চনত ।
2. ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?
উত্তৰঃ পুৰোষোত্তম বিদ্যানিধি।
3. কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?
উত্তৰঃ ১১৮৯ চনত।
4. কিমান চনত কনকলতা শ্বহীদ হয় ?
উত্তৰঃ ১৯৪২ চনত।
5. কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?
উত্তৰঃ ১৯৩৫ চনত।
6. কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে ?
উত্তৰঃ ১৯২৬ চনত।
7. বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰঃ ৰাজেশ্বৰ সিংহই।
8. ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?
উত্তৰঃ ৰমাকান্তক।
9. কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?
উত্তৰঃ চুখ্ৰামফাই।
10. কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?
উত্তৰঃ কমলেশ্বৰ সিংহ।
11. কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰঃ ১৮১৭ চনত।
12. কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰঃ ১৮১৮ চনত।
13. কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰঃ ১৮২০ চনত।
14. যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?
উত্তৰঃ ১৮২১ চনত।
15. কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষৱ’ ধৰ্ম প্রচাৰ আৰম্ভ কৰে ?
উত্তৰঃ চুহুংমুং।
16. কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?
উত্তৰঃ চুকামফা।
17. কোনজন আহোম ৰজাই ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?
উত্তৰঃ চুচেনফা।
18. উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?
উত্তৰঃ কালাপাহাৰে।
19. কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?
উত্তৰঃ চুতিনফা।
20. পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?
উত্তৰঃ আহোম জনজাতিৰ লোকে।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available