Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

Join Telegram Groups

অসম বুৰঞ্জী [Part 4]

1. পথৰুঘাটৰ ৰণ হৈছিল –

উত্তৰঃ – ১৮৯৪ চনত ।

2. ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?

উত্তৰঃ পুৰোষোত্তম বিদ্যানিধি।

3. কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?

উত্তৰঃ ১১৮৯ চনত।

4. কিমান চনত কনকলতা শ্বহীদ হয় ?

উত্তৰঃ  ১৯৪২ চনত।

5. কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?

উত্তৰঃ ১৯৩৫ চনত।

6. কিমান চনত পাণ্ডুত কংগ্ৰেছ  অধিৱেশন বহে ?

উত্তৰঃ ১৯২৬ চনত।

7.  বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহই।

8. ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?

উত্তৰঃ ৰমাকান্তক।

9. কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?

উত্তৰঃ চুখ্ৰামফাই।

10.  কোনজন আহোম ৰজাৰ দিনত হৰদত্ত  আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?

উত্তৰঃ  কমলেশ্বৰ সিংহ।

11. কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮১৭ চনত।

12.  কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮১৮ চনত।

13. কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮২০ চনত।

14. যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?

উত্তৰঃ ১৮২১ চনত।

15. কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষžৱ’ ধৰ্ম  প্রচাৰ আৰম্ভ কৰে ?

উত্তৰঃ চুহুংমুং।

16. কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ চুকামফা।

17.  কোনজন আহোম ৰজাই  ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?

উত্তৰঃ  চুচেনফা।

18. উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?

উত্তৰঃ  কালাপাহাৰে।

19. কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ চুতিনফা।

20. পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?

উত্তৰঃ আহোম জনজাতিৰ লোকে।

2 thoughts on “Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী”

Leave a Reply

Scroll to Top