অসম বুৰঞ্জী [Part 10]
1. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?
1. মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল –
উত্তৰঃ – ১৮৯১ খ্ৰীষ্টাব্দত ।
2. অসমলৈ মান আনিছিল –
উত্তৰঃ – বদন বৰফুকনে ।
3. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম –
উত্তৰঃ – চুহুংমুং ( দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে ) ।
4. খোৰা ৰজা –
উত্তৰঃ – চুখ্ৰাংফা ।
5. ভগনীয়া ৰজা –
উত্তৰঃ – জয়ধ্বজ সিংহ ।
6. বৰ্মন বংশৰ শ্রেষ্ঠ ৰজা –
উত্তৰঃ – কুমাৰ ভাস্কৰ বৰ্মন ।
7. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন –
উত্তৰঃ – ভগদত্ত ( কৌৰৱ পক্ষৰ হৈ ) ।
8. বাণ ৰজাৰ ৰাজধানী –
উত্তৰঃ – শোণিতপুৰ ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available