Application for renewal of Fixed Deposit Account | দীৰ্ঘমেয়াদী জমা টকা পুনৰ্নবীকৰণৰ বাবে আবেদন

Application for renewal of Fixed Deposit Account.

Join Telegram channel

To

The Manager,

………. Bank

Date________

Sub: Application for renewal of Fixed Deposit Account.

Dear Sir,

I deposited Rs 20,000/-(Twenty thousand only) on 2.1.98 for a period of 3 years as fixed deposit repayable to me on 2.1.2001 as per rule. As now the term is completed and the entire amount lying with you, I request you to renew the entire amount for another period of 3 year w.e.f. 2.1.2001.to 2.1.2004. with retrospective effect. Please issue me a new Fixed Deposit Receipt/Certificate in lieu of the old under reference, which is enclosed and duly discharged for your immediate action.

Thanking you.                

Yours faithfully

দীৰ্ঘমেয়াদী জমা টকা পুনৰ্নবীকৰণৰ বাবে আবেদন।

প্ৰতি,

ব্ৰাঞ্চ মেনেজাৰ                        

…………বেঙ্ক

ৰিচিপ্ট নং………..

তাৰিখ………….

বিষয়: দীৰ্ঘমেয়াদী জমা টকা পুনৰ্নবীকৰণৰ বাবে আবেদন।       

মহাশয়,

যোৱা ২-১-৯৮ তাৰিখে তিনি বছৰ মেয়াদত ২০,০০০(বিশ হাজাৰ) টকা মেয়াদী জমা ৰাখিছিলো, যিটো বৰ্তমানে ২-১-২০০১ তাৰিখে ঘূৰাই পোৱাৰ যোগ্য হৈছে। বৰ্তমানে গোটেই টকাখিনিয়েই আপোনালোকৰ বেঙ্কত জমা আছে আৰু সুত সহ গোটেই টকাখিনিয়েই মই পুনৰ অহা তিনি বছৰৰ কাৰণে ২-১-২০০১ ৰ পৰা ২-১-২০০৪ লৈকে মেয়াদী জমা হিচাপে আপোনাৰ বেঙ্কতে জমা ৰাখিব খুজিছো, উপৰোক্ত পুৰণি চাৰ্টিফিকেটখন যথাযথভাৱে চহী কৰি, নিৰ্দেশ উল্লেখ কৰি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কাৰণে এই পত্ৰৰ সৈতে পঠাই দিলো।

ধন্যবাদ।       

ঠিকনা………..                   

আপোনাৰ বিশ্বাসী

চহী

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top