Application for remission of school fees | স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন

Application for remission of school fees

Join Telegram channel

To

The Headmaster.

………Govt. High School

Date_______

Sub: Application for remission of school fees

Dear Sir,

I beg most respectfully to state that my son…… of class VII, sec.B, Roll-30 is a student of your institution. So long, I have always cleared his school dues in time. But now, I am in great financial difficulty. For this it is unable for me to pay the amount now.

In this circumstances, I pray to you if you kindly exempt me from payment of school fees for the year I shall be too much benefited. For your kindness, I shall remain ever grateful to you.

Thanking you.

Yours faithfully

 _____________

স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন।

প্ৰতি,

প্ৰধান শিক্ষক,

………….হাইস্কুল

তাৰিখ_________

বিষয়: স্কুলৰ মাচুল ৰেহাই দিয়াৰ বাবে আবেদন।

মহাশয়,

সবিনয় নিবেদন এই যে, মোৰ পুত্ৰ………….. আপোনাৰ স্কুলৰ অষ্টম শ্ৰেণীৰ খ শাখাত পঢ়ে। তেওঁৰ ৰোল নং ৩০। আজি ইমানদিনে সময়মতে মই স্কুলৰ মাচুল দি আহিছো। কিন্তু বৰ্তমানে মই খুব আৰ্থিক অনাটনত পৰিছো। সেইবাবে বৰ্তমান মই এই মাচুল দিবলৈ অসমৰ্থ। 

এই অৱস্থাত আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা এই যে, যদি আপুনি এই বছৰৰ বাবে দিব লগা সকলো মাচুল দিয়াৰ পৰা মোক অব্যাহিত দিয়ে তেতিয়াহ’লে মই অতিকৈ উপকৃত হ’ম। আপোনাৰ এই অনুগ্ৰহৰ বাবে মই গোটেই জীৱন কৃতজ্ঞ থাকিম।

ধন্যবাদ।                           

আপোনাৰ বিশ্বাসী

  ___________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top