Application for the Post of Peon | পিয়নৰ পদৰ কাৰণে আবেদন

Application for the Post of Peon.

Join Telegram channel

To,

The Manager,

Date_________

Sub: Application for the Post of Peon.

Sir,

Having learnt from a reliable source that you are going to appoint a peon for your office, I beg to apply for the post.

I studied up to Madhyamik and can read and write English and Hindi. I know cycling and most of the streets are known to me. I worked temporarily as a peon in a reputed firm and have gained a through knowledge of my work.

I am a youth of 25 years with sound health and able to hard work. If you give me the chance to serving you, I am sure that I shall be able to satisfy you with my diligence and sincerity within a very short period.

I fervently appeal to your gracious self to select me for the said post.

Address

Yours obediently,

……………….

পিয়নৰ পদৰ কাৰণে আবেদন।

প্ৰতি,

মাননীয় মহাশয়/মহাশয়া,

তাৰিখ………..

বিষয়: পিয়নৰ পদৰ কাৰণে আবেদন।

বিশ্বস্তসূত্ৰে জানিব পাৰিছো যে আপোনালোকে আপোনালোকৰ অফিচত এজন পিয়ন নিযুক্ত কৰিব বিচাৰিছে। মই উক্ত পদৰ বাবে আবেদন কৰিব খুজিছো।

মই মাধ্যমিক পৰীক্ষা পাছ কৰিছো আৰু ইংৰাজী আৰু হিন্দী লিখিব আৰু পঢ়িব পাৰো। মই চাইকেল চলাব জানো আৰু প্ৰায়বোৰ বাট পথেই মোৰ চিনাজনা। মই এটা নামকৰা প্ৰতিষ্ঠানত অস্থায়ীভাৱে পিয়নৰ কাম কৰিছো আৰু এই কামত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছো। মোৰ বয়স ২৫ বছৰ, স্বাস্থ্য ভাল আৰু কঠোৰ শ্ৰম কৰিবলৈ মই নিশ্চিত যে অতি কম সময়ৰ ভিতৰতে মোৰ শ্ৰম আৰু নিষ্ঠাৰে আপোনালোকক সন্তুষ্ট কৰিব পাৰিম।

উক্ত পদত মোক নিয়োগ কৰিবৰ কাৰণে আপোনাৰ ওচৰত সনিৰ্বন্ধ আবেদন জনালো।

(আবেদনকাৰীৰ ঠিকনা)

                       আপোনাৰ বিশ্বাসী

                                            ……………………..

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top