Application For Leave of Absence From Office | কাৰ্য্যালয়ত অনুপস্থিত থকাৰ বাবে ছুটী বিচাৰি আবেদন

Application for leave of absence from office

Join Telegram channel

To

The Manager

Date________

Sub: Application for leave of absence from office.

Sir,

I beg most respectfully to state that I have been laid up with fever since last week. My attending physician has diagnosed it to be a case of malaria, and advised me for rest of one week.

So, therefore, I pray to you please grant me 2 weeks of sick leave from 1.2.98. with this application I do give a medical certificate also for your records.

Thanking you,           

Yours faithfully

……………………..

কাৰ্য্যালয়ত অনুপস্থিত থকাৰ বাবে ছুটী বিচাৰি আবেদন।

প্ৰতি

মাননীয় মেনেজাৰ,

তাৰিখ………….

বিষয়: কাৰ্য্যালয়ত অনুপস্থিত থকাৰ বাবে ছুটী বিচাৰি আবেদন।

মহাশয়,

বিনীত নিবেদন এই যে, মই যোৱা সপ্তাহৰ পৰা জ্বৰত শয্যাশায়ী হৈ আছো। মোৰ চিকিৎসকে ইয়াক মেলেৰিয়া বুলি চিনাক্ত কৰি চিকিৎসা কৰি আছে আৰু এসপ্তাহ বিশ্ৰাম ল’বলৈ কৈছে।

সেয়েহে মই প্ৰাৰ্থনা কৰো যে যোৱা ১ ফেব্ৰুৱাৰী ১৯৯৮ পৰা দুসপ্তাহৰ বাবে অসুস্থতাৰ ছুটী মঞ্জুৰ কৰি বাধিত কৰিব। এই আবেদনৰ লগতে ডাক্তৰৰ প্ৰমাণপত্ৰ এখনো গাঠি দিলো।

ধন্যবাদ।                             

আপোনাৰ বিশ্বাসী

………………………

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top