Application for Replace a Ration Card – ৰেশ্বন কাৰ্ড বদলি বাবে আবেদন

Application for Replace a Ration Card – ৰেশ্বন কাৰ্ড বদলি কৰাৰ বাবে আবেদন: You can apply for your or your family Replace ration cards through online mode or physically. Although allowing you to apply for the Replace Ration Cards for almost all localities including urban and rural areas.

Application for Replace a Ration Card

Application for Replace a Ration Card - ৰেশ্বন কাৰ্ড বদলি কৰাৰ বাবে আবেদন
ৰেশ্বন কাৰ্ড বদলি কৰাৰ বাবে আবেদন
Join Telegram channel

The Ration Office,

(…………. Zone),     

Address of the Applicant 

(Address),

Date……………..

  Dear Sir,

   My Ration Card bearing No……….(or The Ration Card No……….of my…….) has been badly soiled due to handling for a long time and I intend to change it. Please, therefore, arrange to change it at the earliest possible date and oblige.

             The above Ration Card is enclosed herewith for your ready reference.

  Thanking you, I remain.   

Your faithfully,

…………………….

ৰেশ্বন কাৰ্ড বদলি কৰাৰ বাবে আবেদন

প্ৰতি 

ৰেশ্বনিং অফিচাৰ      

আবেদনকাৰীৰ ঠিকনা

তাৰিখ…………….

ঠিকনা

মহাশয়,

 মোৰ ৰেশ্বন কাৰ্ডখন (নং………) বহুদিন ব্যৱহাৰ কৰাৰ বাবে ফালি গৈছে আৰু ময়লাও হৈছে। সেয়েহে সেইখন পৰিবৰ্তন কৰাৰ আৱশ্যক। অনুগ্ৰহ কৰি আপুনি ৰেশ্বন কাৰ্ডখন পৰিৱৰ্তন কৰাৰ ব্যৱস্থা কৰিলে বাধিত হ’ম।

       ৰেশ্বন কাৰ্ডখন ইয়াৰ লগতে গাঠি দিলো। 

       ধন্যবাদ।

ইতি

আপোনাৰ বিশ্বাসী

…………….

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top