Application to The Electric Supply Corporation For a New Meter | নতুন মিটাৰৰ বাবে ইলেকট্ৰিক চাপ্লাই কৰ্পোৰেশ্যনৰ ওচৰত আবেদন

Application to the Electric Supply Corporation for a new meter.

Join Telegram channel

To

The District Engineer

Electric Supply Corporation

District…………………………………..

Date_________

Sub: Application to the Electric Supply Corporation for a new meter.

Dear Sir,

I would like to inform you that I have built a new house in which I have recently shifted myself and my family. Since the service of electricity is essential to us, I want to install a new electric meter in my premises. For this purpose I request you to send by post all the necessary particulars and the prescribed form regarding the installation of a new Meter to my premises.

I hope, that as soon as I shall furnish the particulars in the prescribed form required by you, you will do the needful at an earliest date.

Thanking you

Yours faithfully

……………………..

(Address of the Applicant)

নতুন মিটাৰৰ বাবে ইলেকট্ৰিক চাপ্লাই কৰ্পোৰেশ্যনৰ ওচৰত আবেদন।

প্ৰতি,

(কৰ্তৃপক্ষৰ ঠিকনা)

……………….

তাৰিখ………………..

মহাশয়,

আপোনাৰ জ্ঞাতাৰ্থে জনাও যে মই এটা নতুন ঘৰ নিৰ্মাণ কৰি সম্প্ৰতি তালৈকে মই মোৰ পৰিয়ালবৰ্গক লৈ আহিছো। যিহেতু বিদ্যুতৰ একান্ত প্ৰয়োজন, সেয়েহে মই মোৰ ঘৰত এটা নতুন মিটাৰ স্থাপন কৰিব বিচাৰিছো।

নতুন মিটাৰ বহোৱাৰ বাবে আৱশ্যকীয় নিৰ্দিষ্ট প্ৰপত্ৰ আৰু প্ৰয়োজনীয় নিয়মাৱলী সংক্ৰান্ত কাগজপত্ৰ মোৰ ঠিকনাত ডাকযোগে পঠাবলৈ অনুৰোধ কৰিলো।

আশা কৰো, নিৰ্দিষ্ট আবেদন পত্ৰৰ জৰিয়তে আপোনাৰ আৱশ্যকীয় সকলো তথ্য জনোৱাৰ লগে লগে আপুনি যথাশীঘ্ৰে উপযুক্ত ব্যৱস্থা ল’ব।

আপোনাৰ বিশ্বাসী

……………………..

আবেদনকাৰীৰ ঠিকনা        

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top