Application to the bank to transfer the existhing housing loan to another bank | বৰ্তমান গৃহঋণ অন্য বেঙ্কলৈ স্থানান্তৰ কৰিব বিচাৰি বৰ্তমান বেঙ্কলৈ দিয়া পত্ৰ

Application to the bank to transfer the existhing housing loan to another bank.

Join Telegram channel

To

The Branch Manager.

FTS Bank.

Raipur Branch, Raipur.

Date________

Sub: Application to the bank to transfer the existhing housing loan to another bank.

Sir,

I have taken a housing loan from your bank on 4.9.2003 @ 10% interest. But now LBI bank gives loan @ 8% interest and they are ready to transfer my loan to their bank. Only your consent is required in this respect. Hope you will kindly grant my prayer and help me in this respect.

Thanking you.                  

Yours faithfully

___________

বৰ্তমান গৃহঋণ অন্য বেঙ্কলৈ স্থানান্তৰ কৰিব বিচাৰি বৰ্তমান বেঙ্কলৈ দিয়া পত্ৰ।

প্ৰতি,

শাখা প্ৰৱন্ধক 

…………. বেঙ্ক

ৰায়পুৰ শাখা, ৰায়পুৰ

তাং………………

বিষয়: বৰ্তমান গৃহঋণ অন্য বেঙ্কলৈ স্থানান্তৰ কৰিব বিচাৰি বৰ্তমান বেঙ্কলৈ দিয়া পত্ৰ।

মহাশয়,

যোৱা ৪/৯/২০০৩ তাৰিখে মই ১০ সুত হাৰত আপোনাৰ বেঙ্কৰ পৰা গৃহঋণ লৈছো। কিন্তু এতিয়া LBI বেঙ্কে ৮% সুত হাৰত গৃহঋণ দিছে আৰু মোৰ ঋণ তেওঁলোকৰ বেঙ্কলৈ ট্ৰেন্সফাৰ কৰিবলৈ সন্মত হৈছে। কেৱলমাত্ৰ আপোনাৰ অনুমতিৰ আৱশ্যক।

আশাকৰো আপুনি মোৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিব আৰু এই বিষয়ত মোক সহায় কৰিব।

 গৃহঋণ একাউণ্ট নং……………

                                           আপোনাৰ বিশ্বাসী 

………………………

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top