Application for a bank loan against securities.
To
The Manager,
………. Bank address………..
Date…………..
Sub: Application for a bank loan against securities.
Sir,
I require badly a loan of Rs. 10,000/- (Ten thousand only) to meet expenses to be incurred in connection with the construction of my building. I propose to pledge gold-ornaments weighing 30 grams as security for the loan asked for. I’ll pay the interest amount as per rule. Please do the needful and oblige.
Thank you.
Address…………
Yours truly
___________
বন্ধক সাপেক্ষে বেঙ্কলৈ ঋণৰ কাৰণে কৰা আবেদন।
প্ৰতি,
ব্ৰাঞ্চ মেনেজাৰ
…………..বেঙ্ক
তাৰিখ.…………
বিষয়: বন্ধক সাপেক্ষে বেঙ্কলৈ ঋণৰ কাৰণে কৰা আবেদন।
মহাশয়,
মোৰ থকা ঘৰটো নিৰ্মাণ কৰাৰ কাৰণে ১০,০০০/- (দহ হেজাৰ) টকাৰ খুব প্ৰয়োজন হৈছে। ইয়াৰ বাবে মই ৩০ গ্ৰাম সোণৰ গহনা বেঙ্কত বন্ধক ৰাখিবলৈ প্ৰস্তুত। নিয়ম অনুযায়ী যি সুত হ’ব সেয়া দিবলৈ মই প্ৰস্তুত আছো। অনুগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিলো।
ধন্যবাদ।
ঠিকনা……
আপোনাৰ বিশ্বাসী
(চহী)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.