Application can also be written in the following process | চকৰিৰ আবেদন তলত দিয়া ধৰণেও কৰিব পাৰি

Application can also be written in the following process.

Join Telegram channel

(Name and Address of the Employer/ Employers)

Date_________

Respected Sir/ Sirs.

With reference to your advertisement in to-day’s…..for a/an……., I submit the following particulars regarding myself for your kind and sympathetic consideration. 

Name: (full name should be written on Capital Letter)

Father’s/Husband’s Name:

Present Address:

Permanent Address:

Date of Birth:

Cast:

Nationality:

Educational Qualification (s): Passed…. Examination is Division/Class from the…… Board/University in…..

Experience (s): (If any)

Expected Salary: I expect at least Rs.- only per month and other benefits, if any, as per yours rules.

I do sincerely hope that on going through my details, you will find me suitable for the advertised post and be kind enough to grant me an interview when any other information, it may be given.

Thanking you in anticipation and expecting your kind reply very soon. I remain.                             

Yours faithfully,

                                           ………………………

চকৰিৰ আবেদন তলত দিয়া ধৰণেও কৰিব পাৰি।

(নিয়োগকৰ্তাৰ নাম আৰু ঠিকনা)

তাৰিখ…………

মাননীয় মহাশয়/ মহাশয়বৃন্দ,         

আজিৰ………………কাকতত প্ৰকাশিত বিজ্ঞাপনৰ দ্বাৰা আপোনাৰ/আপোনালোকৰ এজন………….ৰ প্ৰয়োজন কথা জানিব পাৰি আপোনাৰ/আপোনালোকৰ বিবেচনাৰ বাবে মোৰ নিজৰ সম্বন্ধে তলৰ তথ্যবোৰ জনালো।

নাম:

পিতা/ স্বামীৰ নাম:

বৰ্তমান ঠিকনা:

স্থায়ী ঠিকনা:

জন্ম তাৰিখ:

বৰ্ণ:

জাতীয়তা:

শিক্ষাগত অৰ্হতা: বোড/বিশ্ববিদ্যালয়ৰ পৰা…………… বিভাগত………….পৰীক্ষা………..চনত পাছ কৰিছো।

অভিজ্ঞতা: (যদি আছে)

প্ৰত্যাশিত দৰমহা: আপোনাৰ/আপোনালোকৰ পৰা মই মাহিলি……….টকা দৰমহা আৰু আপোনালোকৰ নিয়ম অনুযায়ী অন্যান্য সুযোগ সুবিধা আশা কৰো।

মোৰ দৃঢ় বিশ্বাস মোৰ বিষয়ে বিস্তাৰিত জানিব পাৰি আপুনি/আপোনালোকে মোক উক্ত পদৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিব আৰু সাক্ষাৎকাৰৰ বাবে মাতিব। যদি মোৰ বিষয়েআৰু সবিশেষ জানিব বিচাৰে তেতিয়াহ’লে সেইবোৰ সাক্ষাৎকাৰৰ সময়তে আপোনাক/আপোনালোকক জনাম।

আপোনাৰ/আপোনালোকৰ পৰা অতি সোনকালে উত্তৰ আশা কৰি ধন্যবাদ জনাই ইয়াতে সমাপ্ত কৰিছোঁ।

                                        ইতি

                  আপোনাৰ/ আপোনালোকৰ বিশ্বাসী

                            …………………………….

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top